Baahi by xomoy

Rename playlist

Tumi Jun, Listen the songs of  Tumi Jun, Play the songs of Tumi Jun, Download the songs of Tumi Jun

Tumi Jun

Copyright © ARcloud Records

Similar Songs

Tumi Jun, Listen the song Tumi Jun, Play the song Tumi Jun, Download the song Tumi Jun

Tumi Jun

DRÆDEX,Jourge Paul Mech

Lanka Kanda Title Song, Listen the song Lanka Kanda Title Song, Play the song Lanka Kanda Title Song, Download the song Lanka Kanda Title Song

Lanka Kanda Title Song

Dikshu Sarma,Jyotishman

Halla Bol, Listen the song Halla Bol, Play the song Halla Bol, Download the song Halla Bol

Halla Bol

Zubeen Garg,Kussum Kailash

Majratir Mamtaz, Listen the song Majratir Mamtaz, Play the song Majratir Mamtaz, Download the song Majratir Mamtaz

Majratir Mamtaz

Zubeen Garg

Luka Bhaku, Listen the song Luka Bhaku, Play the song Luka Bhaku, Download the song Luka Bhaku

Luka Bhaku

TYPHOON MUSIC,Pincool,ANURAG SAIKIA,Priyanka Bharali

Osthirota, Listen the song Osthirota, Play the song Osthirota, Download the song Osthirota

Osthirota

Raktutpol Diku Bharadwaj

Bitorkito (Title Song), Listen the song Bitorkito (Title Song), Play the song Bitorkito (Title Song), Download the song Bitorkito (Title Song)

Bitorkito (Title Song)

Imon Kalyan,Akash Pratim

About song

Artists :DRÆDEX,Jourge Paul Mech
Genre :Raggae
11 Plays
Music: DRÆDEX
Tune: DRÆDEX
Lyricist:Jourge Paul Mech
Composition: Jourge Paul Mech
Copyright © ARcloud Records

Lyrics

নাজানো মই তোমাৰ বাবে কোন
কিন্তু তুমি মোৰ বাবে পূৰ্ণিমাৰ জোন
যেতিয়া মাতা মোক তুমি মৰমতে সোণ ... অ' সোণ
ভাবো মোৰ বাদে সুখী হ'ব আৰু কোন ।
নাজানো মই তোমাৰ বাবে কোন
কিন্তু তুমি মোৰ বাবে পূৰ্ণিমাৰ জোন
যেতিয়া মাতা মোক তুমি মৰমতে সোণ
ভাবো মোৰ বাদে সুখী হ'ব আৰু কোন ।
আজি সুখী মই বহু সুখী মই
তোমাক পাই বহু সুখী মই
এতিয়া নাই ভয় একো নাই ভয়
মৰণ হ'লেও সুখতে মৰিম মই
চিৰজীৱন থাকিবা মোৰ কাষত
মৰম লবা মোৰ দুবাহুৰ মাজত
ৰাণী হ'বাহি মোৰ অন্তৰত
ৰাখিম তোমাক মই বহু আলাসত
চিৰজীৱন থাকিবা মোৰ কাষত
মৰম লবা মোৰ দুবাহুৰ মাজত
ৰাণী হ'বাহি মোৰ অন্তৰত
ৰাখিম তোমাক মই বহু আলাসত


মোৰ জীৱন নামৰ সাগৰখনিত তোমাৰেই নাম
তোমাৰ অবিহনে উশাহেও কৰে অভিমান
মোৰ প্ৰেম নামৰ সাগৰ খনিত তোমাৰেই নাম
তোমাক ভাল পোৱাৰ চাগে মোৰ এইয়াই প্ৰমাণ
মোৰ জীৱন নামৰ সাগৰখনিত তোমাৰেই নাম
তোমাৰ অবিহনে উশাহেও কৰে অভিমান
মোৰ প্ৰেম নামৰ সাগৰ খনিত তোমাৰেই নাম
তোমাক ভাল পোৱাৰ চাগে মোৰ এইয়াই প্ৰমাণ
চিৰজীৱন থাকিবা মোৰ কাষত
মৰম লবা মোৰ দুবাহুৰ মাজত
ৰাণী হ'বাহি মোৰ অন্তৰত
ৰাখিম তোমাক মই বহু আলাসত
চিৰজীৱন থাকিবা মোৰ কাষত
মৰম লবা মোৰ দুবাহুৰ মাজত
ৰাণী হ'বাহি মোৰ অন্তৰত
ৰাখিম তোমাক মই বহু আলাসত

জীৱন কি তুমিয়েই দেখালাহি
মোৰ অকলশৰীয়া হৃদয় খনি জুৰালাহি
মোক হাঁহিবলৈ তুমিয়েই শিকালাহি
মই সুখত থকা কাৰণ আজি মাথোঁ তুমি

অ অ অ আজি সুখী মই বহু
সুখী মই
তোমাক পাই বহু সুখী মই
এতিয়া নাই ভয় একো নাই ভয়
মৰণ হলেও সুখতে মৰিম মই
আজি সুখী মই বহু সুখী মই
তোমাক পাই বহু সুখী মই
এতিয়া নাই ভয় একো নাই ভয়
মৰণ হলেও সুখতে মৰিম মই